অপূৰ্ণ আশা ভাবিছিলো থাকিবা গোটেই জীৱন মোৰ লগত আশা ভংগ কৰি ক'ত গ'লা, কোন জগতত, প্ৰতিদিন কৰো মনে মনে তোমাৰ আশা তুমিয়েই মোৰ প্ৰথম আৰু অন্তিম ভালোৱাসা, প্ৰতিদিন তোমাৰ কথা এনেকৈ মনত পৰে যেন চমৎকাৰ অনুভুতিয়ে মোক সাৱটি ধৰে, চকুৰ অশ্ৰুৰে তিতী যায় বিছনাৰ গাৰু বহুত কষ্ট হয় তথাপি তোমাক পাহৰিৰ নোৱাৰো, তোমাৰ কথা মোৰ মনৰ পৰা সেইদিন মুছিব যি দিন মোৰ উশাহ বন্ধ হ'ব, মোৰ কবৰ সাজিব, নকৰিম কোনো চিন্তা,নকৰিম কোনো ভয় ঈশ্বৰক স্মৰণ কৰি চিৰ দিনত বাবে লম বিদায়।।
Posts
Showing posts from December, 2020
- Get link
- X
- Other Apps
সৈনিক সুন্দৰ ল'ৰা কাবিৰে কৰিছে এটা পণ সৈনিক হ'ব বোলে সি কৰিবলৈ ধৰিছে ৰণ। দিন ৰাতি এক কৰি কৰি আছে যত্ন আজি নহয় কালি সি পাব তাৰ কষ্টৰ ৰত্ন। মন দি কৰি আছে তাৰ নিজ কৰিব লগা কৰ্ম সি জানে এয়া তাৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম। দেশক মৰম কৰে যি সিয়েই হ'ল দেশপ্ৰেমী তাৰ দৰে তুমিও হোৱা প্ৰৱল পৰিশ্ৰমী। গ্ৰীষ্ম যায়, বৰ্ষা যায় আৰু যায় শীত ...
- Get link
- X
- Other Apps
-------তাৰ বৰণ----- পূৰ্ণ চন্দ্ৰৰ দৰে মূখ তাৰ বিশাল আকাশৰ দৰে হিয়া, পাহাৰৰ নিচিনা ওখ তেওঁ সূৰ্যৰ নিচিনা উজ্জ্লীয়া। চকু যোৰ আছিল তাৰ সপোনেৰে ভৰা বোধ হয় আকাশৰ চিক মিকিয়া তৰা। ওঠ দুটি তাৰ কোমল গোলপীয়া গোলাপ প্ৰকৃতিৰ বিভিন্ন অংগই কৰে তাৰ আলাপ। মূৰত তাৰ চুলি টাৰি ক'লা ক'লা ৰঙৰ সুগোন্ধ পাই আত্মাহাৰা এই বতৰ। মিচিকি হাহিৰে কৰিছিল বিশ্ব অধিন সুখে-দুখে আছিল সি প্ৰতিদিন। কোনোৱাৰ নহয় তাৰ দৰে চৰিত্ৰ ...